
Instructor 01 ড০ আমিনা চৰণীয়া
Associate Professor, CEIAR, TISS
তেখেতে টাটা ট্ৰাষ্টত শিক্ষাত প্ৰযুক্তিৰ সংবদ্ধ ব্যৱহাৰ বিকশিত কৰাৰ বাবে আৰু CLIx পদক্ষেপ অৱধাৰিত কৰাৰ বাবে কাম কৰিছে৷ তেখেতৰ গৱেষণাৰ বিষয়বস্তু হ’ল প্ৰযুক্তিৰ সংবদ্ধকৰণৰ বাবে শিক্ষকৰ পেছাগত বিকাশ (টি.পি.এ.চি.কে) আৰু এক গঠনমূলক অভিগমনৰ ভিতৰত বিদ্যাৰ্থীৰ প্ৰযুক্তি ব্যৱহাৰ.